A2Z सभी खबर सभी जिले कीUncategorized

असम सरकार आज किये एक गुर्त्वपुर्ण वैठक

सरकारि बिभाग से जुरे पदाधिकारो से कि बर्तालाप

असम सरकार

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিভাগৰ বিত্তীয় স্থিতি মূল্যায়ন কৰাৰ হেতু আজি বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মাননীয় মুখ্যমন্ত্ৰীয়ে বিত্তীয় নিষেধাজ্ঞা, পুঁজি আৱণ্টন, ৰাজহ প্ৰবাহকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিষয়াসকলৰ সৈতে আলোচনা কৰে আৰু সেই দিশত কেতবোৰ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে।

HCM Dr Himanta Biswa Sarma chaired a meeting with senior officials of the Finance Dept to assess the financial position of various departments.

HCM discussed various matters of importance including financial sanctions, fund allocation, inflow and outflow of revenues, among others with the officials and issued them necessary instructions.

Related Articles

AKHAND BHARAT NEWS

AKHAND BHARAT NEWS
Back to top button
error: Content is protected !!