A2Z सभी खबर सभी जिले की

 ২০৩০ বৰ্ষৰ ভিতৰত অসম হ’ব মিলিটেৰী উদ্যোগিক ক্ষেত্ৰ- ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ৰাফেল, মিৰাজ, ছুখইৰ পৰিচালনা আৰু মেৰামতিৰ অন্যতম কেন্দ্ৰ হৈ উঠিব অসম।

Oplus_131072
Oplus_131072
Oplus_131072

২০৩০ বৰ্ষৰ ভিতৰত অসম হ’ব মিলিটেৰী উদ্যোগিক ক্ষেত্ৰ- ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ৰাফেল, মিৰাজ, ছুখইৰ পৰিচালনা আৰু মেৰামতিৰ অন্যতম কেন্দ্ৰ হৈ উঠিব অসম।

অচিৰেই মিলিটেৰী ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব অসমে। ২০৩০ বৰ্ষৰ ভিতৰত অসমত মেৰামতিৰ লগতে চোৱাচিতা কৰা হ’ব দেশৰ অত্যাধুনিক যুঁজাৰু বিমানৰ।

ৰাফেল, মিৰাজ, ছুখই আদি বিভিন্ন যুদ্ধ বিমান কাৰ্যক্ষম কৰাত আগভাগ ল’ব অসমে। মেইনটেইনেঞ্চ, ৰিপিয়াৰ এণ্ড অ’ভাৰহ’ল পলিচী ২০২৫ত ৰাজ্য চৰকাৰৰ অনুমোদন।
উল্লেখযোগ্য যে, এইক্ষেত্ৰত ১০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গঠন কৰা হৈছে উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ কমিটী। অসমত ৭টা বিমানবন্দৰত ৭টা MRO স্থাপনৰ চেষ্টা ৰাজ্য চৰকাৰৰ।

Related Articles
Show More
Check Also
Close
Back to top button
error: Content is protected !!